শিক্ষাৰ্থীয়ে পৰিয়ালৰ প্ৰত্যেক সদস্যৰ মাজৰ সমন্ধ অধিক গাঢ় কৰি তুলিবলৈ সাক্ষাzকাৰ ল’ব আr& পৰিচয় পত্ৰ প্ৰস্তুত কৰিব আr& পাৰ্থক্য অথবা সাদৃশ্যৰ বিষয়ে শিকিব।
শীৰ্ষস্থানীয় প্ৰশ্ন
তুমি তোমাৰ পৰিয়ালৰ সদস্যৰ বাবে পৰিচয় পত্ৰ প্ৰস্তুত কৰিব পাৰিবানে য’ত কিছুমান সাদৃশ্য, পাৰ্থক্য আr& তেওঁলোকৰ অন্য ব্যক্তিগত বিষয় উল্লেখ থাকিব?
Total Time Required
৩ দিনত ৩ ঘণ্টাকৈ
Self-guided / Supervised Activity
উচ্চ মানৰ নিৰীক্ষণ
Subject
বিজ্ঞান
ভাষা
Resources Required
কম সমলৰ প্ৰয়োজনীয়তা
Developed by
EAA Team
Do you want more projects like this?