Back to Resources Project Based Learning

তোমাৰ পৰিয়ালৰ বাবে পৰিচয় পত্ৰ প্ৰস্তুত কৰা (পৰ্য্যায়১)

  • বয়স ৪-৭
  • উচ্চ মানৰ নিৰীক্ষণ
  • কম সমলৰ প্ৰয়োজনীয়তা Resources

শিক্ষাৰ্থীয়ে পৰিয়ালৰ প্ৰত্যেক সদস্যৰ মাজৰ সমন্ধ অধিক গাঢ় কৰি তুলিবলৈ সাক্ষাzকাৰ ল’ব আr& পৰিচয় পত্ৰ প্ৰস্তুত কৰিব আr& পাৰ্থক্য অথবা সাদৃশ্যৰ বিষয়ে শিকিব।

শীৰ্ষস্থানীয় প্ৰশ্ন

তুমি তোমাৰ পৰিয়ালৰ সদস্যৰ বাবে পৰিচয় পত্ৰ প্ৰস্তুত কৰিব পাৰিবানে য’ত কিছুমান সাদৃশ্য, পাৰ্থক্য আr& তেওঁলোকৰ অন্য ব্যক্তিগত বিষয় উল্লেখ থাকিব?

as
Download
৩ দিনত ৩ ঘণ্টাকৈ
Resources like this: