Tএই প্ৰকল্প অল্প সমল আr& বিনামূলীয়া প্ৰযুক্তিৰে r°পাঙ্কন কৰা হৈছে। নিৰ্দিষ্ট বয়সৰ শিকণ ফলাফলৰ ওপৰত লক্ষ্য ৰাখি এই প্ৰকল্প সমূহ উন্নীত কৰা হৈছে। আমি আকৰ্ষণীয় আr& একাধিক বিষয় আr& শিকাৰ সৈতে সম্পৰ্কিত প্ৰকল্প প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো প্ৰকল্পৰ বাবে দিনে এঘণ্টাকৈ সপ্তাহ জুৰি সময় ধাৰ্য্য কৰা হৈছে। ইয়ে বিকল্প অনলাইন-বিদ্যালয় অথবা পৰিপূৰকৰ অবিহনে কাৰ্য্যকৰী কৰাৰ পৰিপ্ৰেক্ষিতত সহায় কৰিব।

আমাৰ অভিপ্ৰায় হ’ল এই প্ৰকল্পসমূহ আপোনাৰ বাবে উপযোগী আr& প্ৰাসংগিক কৰি তোলা। অনুগ্ৰহ কৰি শিক্ষাৰ্থী সকলৰ কাৰ্য্য সমূহ আr& উন্নীত প্ৰকল্প সমূহৰ প্ৰতিক্ৰিয়া জনাওক এই link তঃ Feedback Form

এই কাৰ্য্য Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International Licenseৰ অধীনত কৰা হয়।

Filter By

News
নিৰীক্ষন / তদাৰক:
নিম্ন মানৰ নিৰীক্ষণ
বিষয় তালিকা:
গণিত, শাৰিৰীক ক্ৰিয়াকলাপ, ভাষা, চিত্ৰ আৰু ৰূপাঙ্কন
প্ৰয়োজনীয় সমল
মাধ্যম সমলৰ প্ৰয়োজনীয়তা
mathmeasure
নিৰীক্ষন / তদাৰক:
উচ্চ মানৰ নিৰীক্ষণ
বিষয় তালিকা:
গণিত, চিত্ৰ আৰু ৰূপাঙ্কন
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা
Virus

এই ক্ৰিয়াকলাপত, আমি আমাৰ ঘৰ আr& পৰিয়ালৰ পৰা কভিদ-১৯ক দূৰৈত ৰখাৰ বাবে ঘr&ৱা নিয়ম বন্ধাৰ সিদ্ধান্ত লম।

শীৰ্ষস্থানীয় প্ৰশ্ন

ঘৰত থকাৰ সময়ছোৱাত কি কি নিয়ম আমাৰ পৰিয়ালৰ বাবে প্ৰয়োজন?

প্ৰয়োজনীয় মুঠ সময়:
৫.৩০ ঘণ্টা তিনি দিনত।
নিৰীক্ষন / তদাৰক:
উচ্চ মানৰ নিৰীক্ষণ
বিষয় তালিকা:
বিজ্ঞান
প্ৰয়োজনীয় সমল
মাধ্যম সমলৰ প্ৰয়োজনীয়তা
food

Set up a meal for your family like a restaurant including planning the meal, cooking the meal and doing the decoration. Share the meal with the family!

LEADING QUESTION

Since all restaurants are closed, can we make our own pop up restaurant and serve a meal to our guests at home?

প্ৰয়োজনীয় মুঠ সময়:
5-6 hours total over 5 days
নিৰীক্ষন / তদাৰক:
উচ্চ মানৰ নিৰীক্ষণ
বিষয় তালিকা:
সমাজ বিজ্ঞান
প্ৰয়োজনীয় সমল
মাধ্যম সমলৰ প্ৰয়োজনীয়তা
math
নিৰীক্ষন / তদাৰক:
নিম্ন মানৰ নিৰীক্ষণ
বিষয় তালিকা:
গণিত, শাৰিৰীক ক্ৰিয়াকলাপ, চিত্ৰ আৰু ৰূপাঙ্কন
প্ৰয়োজনীয় সমল
মাধ্যম সমলৰ প্ৰয়োজনীয়তা
alphabets

শিক্ষাৰ্থীয়ে নিজৰ বাবে ইংৰাজী বৰ্ণমালাৰ কিতাপ প্ৰস্তুত কৰি উলিয়াব, বিভিন্ন প্ৰকাৰ, ছবিসহ উদাহৰণ, ছবিসহ তালিকাৰ মাজেৰে শিকিব।

শীৰ্ষস্থানীয় প্ৰশ্ন

তুমি তোমাৰ নিজৰ ইংৰাজী বৰ্ণমালাৰ কিতাপ প্ৰস্তুত কৰিব পাৰিবানে?

প্ৰয়োজনীয় মুঠ সময়:
২ সপ্তাহত ১০ ঘণ্টা
নিৰীক্ষন / তদাৰক:
মাধ্যম নিৰীক্ষণ
বিষয় তালিকা:
ভাষা, চিত্ৰ আৰু ৰূপাঙ্কন
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা
paper
নিৰীক্ষন / তদাৰক:
মাধ্যম নিৰীক্ষণ
বিষয় তালিকা:
বিজ্ঞান, শাৰিৰীক ক্ৰিয়াকলাপ, চিত্ৰ আৰু ৰূপাঙ্কন
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা
id

শিক্ষাৰ্থীয়ে পৰিয়ালৰ প্ৰত্যেক সদস্যৰ মাজৰ সমন্ধ অধিক গাঢ় কৰি তুলিবলৈ সাক্ষাzকাৰ ল’ব আr& পৰিচয় পত্ৰ প্ৰস্তুত কৰিব আr& পাৰ্থক্য অথবা সাদৃশ্যৰ বিষয়ে শিকিব।

শীৰ্ষস্থানীয় প্ৰশ্ন

তুমি তোমাৰ পৰিয়ালৰ সদস্যৰ বাবে পৰিচয় পত্ৰ প্ৰস্তুত কৰিব পাৰিবানে য’ত কিছুমান সাদৃশ্য, পাৰ্থক্য আr& তেওঁলোকৰ অন্য ব্যক্তিগত বিষয় উল্লেখ থাকিব?

প্ৰয়োজনীয় মুঠ সময়:
৩ দিনত ৩ ঘণ্টাকৈ
নিৰীক্ষন / তদাৰক:
উচ্চ মানৰ নিৰীক্ষণ
বিষয় তালিকা:
গণিত, সামাজিক সংবেদনশীল শিকন, ভাষা
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা
M-Education Alliance Award (Crisis and Conflict Response) USA, 2021
World Innovations Summit For Education (WISE) Award Qatar, 2022
HundrED Innovations Global Collection Finland, 2022
QS-Wharton Reimagine Education (Access, Diversity, and Inclusion) USA, 2023
HGSE Alumni Council Award for Impact in Education USA, 2024
Open Education Awards for Excellence Qatar, 2024
Anthem Awards USA, 2024

Resource Categories part two

Play

Playlists

PBL resources organized by theme to give learners a more focused learning experience

Play

Learning Packages→

Ready-to-use, holistic, and interactive student-facing tools that combine our existing IFERB resources into month-long workbooks.

Play

Find resources relevant to you...

I am a , looking for resources to learn

Submit

Innovations Development Directorate

Innovation Development in EAA works towards identifying persistent challenges in global education, designing and developing innovative solutions to make learning accessible to all, particularly to the hardest-to-reach children and youth in underserved communities. We created IFERB, an award-winning learning approach with diverse and engaging resources to help children learn from the world around them.